তিতাবৰ আৰু জালুকবাৰীৰ কিং কোন?

1657
বিধানসভা নিৰ্বাচনলৈ মাজত এটা বছৰ। ৰাজনীতি অসমে চলাই আছে সমাগত বিধানসভা নিৰ্বাচনৰ সমষ্টি বোৰৰ ওপৰত অ’পিনিয়ন প’ল। এইবাৰ আমি বাছি লৈছো অসমৰ দুটা বিধানসভা সমষ্টি। এই দুটা সমষ্টি হ’ল তিতাবৰ আৰু জালুকবাৰী। এই সমষ্টিদুটাক যোৱা বহুবছৰ ধৰি ক্ৰমে তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দি আছে। এই দুজন নেতাই পুনৰ ২০২১ চনত এই সমষ্টি দুটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাবনা আছে। যদি সেয়ে হয় তেন্তে এই সমষ্টি দুটাৰ ফলাফল কি হ’ব? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক… অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ ডিচেম্বৰ ২০১৯।