Sunday, May 5, 2024

মনোজ বৰুৱা আহি আছে

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন বিধানসভা সমষ্টি হিচাপে ভবানীপুৰৰ এক সুকীয়া গুৰুত্ব আছে। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম ইয়াতেই। ১৯৬২ চনত গঠিত হোৱা এই সমষ্টিত প্ৰথম...

অজন্তা নেওগ অপ্ৰতিৰোধ্য

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন কংগ্ৰেছৰ দুৰ্গ গোলাঘাট বিধানসভা সমষ্টিত ১৯৯৬ চনত জয়ৰ ধ্বজা উৰাইছিল বৰ্তমান অগপৰ সভাপতি অতুল বৰাই। ২০০১ তথা ২০০৬ চনত বৰা পৰাজিত হৈছিল কংগ্ৰেছৰ...

বিজেপিৰ দৰ্পচূৰ্ণ , কংগ্ৰেছৰ ট্ৰেজেডি

নয়ন বৰ্মন ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ২৪ অক্টোবৰত প্ৰকাশ পালে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফল। মাত্র ছয়মাহ আগতে হৈ যোৱা সাধাৰণ নিৰ্বাচনত এই দুয়োখন ৰাজ্যত বিজেপিৰ ফলাফল আছিল...

অভিজিৎ বেনাৰ্জী

ৰাজধীৰ অল্যমান ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com স্বদেশ বিৰোধ  বাওঁপন্থীৰ  ফেশ্বন । ফেশ্বনৰ নামত নিজ দেশক প্ৰতাৰণা কৰা হয় । জনতাক বিভ্ৰান্ত কৰিব খোজা  এই ফেশ্বনৰ নাম  হৈছে...

দেশক ভাল নোপোৱা কিছুমান মানুহ

জিতেন কলিতা ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com চিনেমা হ'লত গলে আমি ৰাষ্ট্ৰীয় গাণত ঠিয় দিও, ক্ৰিকেটত ভাৰত জিকিলে ফটকা ফুটাই আনন্দ কৰো, পাকিস্তানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে ফেচবুকত আনন্দ...

কংগ্ৰেছৰ অংকত জনিয়াত  ৰফিকুল ইছলাম জয়ী …..

  মাত্ৰ কেইমাহমান আগত হৈ যোৱা লোকসভা নিৰ্বাচনত জনিয়াৰ বিধায়ক আব্দুল খালেক দিল্লী পালে । খোদ জনিয়া বিধান সভা সমষ্টিৰ পৰা প্ৰায় চল্লিশ হাজৰৰ অগ্ৰগতি পাইছিল খালেকে । লোকসভা নিৰ্বাচনত আজমল বাহিনীৰ চৰম পৰাজয় অসমৰ ভোটাৰে প্ৰত্যক্ষ কৰিলে । জনিয়াৰ লগতে আন তিনিটা সমষ্টিৰ নিৰ্বাচনৰ উদ্ভৱো আছিল একেটা কাৰণেই বিধায়কজন দিছপুৰ এৰি দিল্লী পালে । ৰঙাপৰা , সোনাৰী , ৰাতাবাৰীৰ নিৰ্বাচনত বিজেপি প্ৰত্যাশিত ভাবেই জয়ী হ'ল । কিন্তু অঘটন ঘটিল জনিয়াত । আব্দুল খালেকে সংসদত সৰৱ ভুমিকা লৈছে , ইয়াৰ আগত ৰহিংইয়াৰ কাৰণে বিধানসভা চৌহদত অনশনত বহিছিল , মুঠৰ ওপৰত সমষ্টিবাসীয়ে অন্তত: বিগত কেইমাহত নিজৰ সাংসদজনক লৈ গৌৰৱ কৰিব পাৰে । তেনেস্থলত কংগ্ৰেছৰ জয় সহজ বুলি সকলোৱে ধাৰণা কৰিছিল । প্ৰায় একদজন নেতাই টিকট বিচাৰিলে আৰু টিকট পালে চামচুল হকে । প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিবাদৰ ফলত জনিয়াৰ বৰ্ষিয়াণ কংগ্ৰেছী শিক্ষাবিদ মোজ্জামিল হুছেইনে কলগছীয়াত সংবাদ মেল পাতি ৰাজনীতি ত্যাগ কৰিলে । এইবাৰ জনিয়াৰ নিৰ্বাচনত প্ৰায় প্ৰতিটো দলেই আচৰিত সিদ্ধান্ত ল'লে । তৌফিকুৰ ৰহামনৰ প্ৰাৰ্থিত্বও আছিল আচহুৱা । দহ হেজাৰ হিন্দু ভোট আৰু প্ৰায় ৪-৫ হাজাৰ গড়িয়া ভোটক লক্ষ্য কৰি বিজেপিৰ জয় প্ৰায় অসম্ভৱ আছিল । এআইইউডিএফ জয়ৰ অংকটো আছিল অতি সৰল । লোকসভাত একাংশ সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছিল __ বৰপেটাত কংগ্ৰেছে ঠগিলে এআইইউডিএফ ক । আচলতে কংগ্ৰেছে প্ৰবঞ্চনা কৰা নাছিল । তেতিয়া ঠগ যদি খাইছিল এতিয়াৰ বিধায়ক ৰফিকুল ইছলামে । কাৰণ বদৰুদ্দিন আজমলৰ ভাতৃৰ কাৰণে পিছৰ নিৰ্বাচনত সমুহ বৰপেটাৰ পৰা খেলিবলৈ প্ৰয়োজন আছিল এজন এআইইউডিএফ ৰ বাহিৰৰ ব্যক্তি । সেয়ে কংগ্ৰেছৰ সৱল প্ৰাৰ্থী খালেকৰ দ্বাৰা বৰপেটা দখল আছিল আজমল পৰিয়ালৰ কাৰণে মংগলজনক খৱৰ । এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰতিদান হিচাপে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীয়ে এআইইউডিএফ ৰ প্ৰাৰ্থীজনৰ জয় সুনিশ্চিত কৰাত সহায় কৰে । ইয়াৰ লগে লগে চলি তৰুণ গগৈয়ে চলায় থাকিল এনআৰচি বিৰোধী মন্তব্য আৰু আব্দুল খালেকৰ দাড়ি- টুপিৰ সম্বন্ধীয় মুছলমান বিদ্বেষী মন্তব্য ।কংগ্ৰেছে আজমলক প্ৰতিদান দিলে আৰু পৰৱৰ্তী সময়ৰ বাবে এজন অকংগ্ৰেছী বিধায়কে আব্দুল খালেকৰ দিছপুৰ ৰাজনীতি প্ৰাসংগিক কৰি ৰাখিলে । লোকসভা নিৰ্বাচনত লেতেৰা ৰাজনীতিৰ স্বীকাৰ হৈছিল ৰফিকুল ইছলাম আৰু এইবাৰ উপনিৰ্বাচনত একেই ৰাজনীতিৰ...