অ’পিনিয়ন প’ল অক্টোবৰ ২০১৯ : অজন্তা নেওগ জিকিবনে?

1580
ৰাজনীতি অসমৰ অ’পিনিয়ন প’ল এইবাৰ দুটা বিশেষ সমষ্টিত। ২০১৬ বিধানসভা নিৰ্বাচনত এই দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হৈছিল তীব্ৰ। গোলাঘাটত বিজেপিৰ প্ৰত্যাহ্বান নেওচি কথমপি জয়ী হৈছিল অজন্তা নেওগ। ঠিক একেদৰে ভবানীপুৰ বিধানসভা সমষ্টিত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ অন্তত জয়ী হৈছিল এ.আই.ইউ.দি.এফ। জয়ৰ ব্যবধান আছিল খুব কম। এই দুটা সমষ্টিত ২০২১ত কি হ’ব?
আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰকঃ