জুবিন গাৰ্গ মুখ্যমন্ত্রী

1769

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

  • তাৰক দাস

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


অসমত এতিয়া প্ৰতিবাদৰ জুই জলিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ টা দল সংগঠন, অগপ, কংগ্ৰেছ আৰু কিছুমান শিল্পী একগোট হৈছে। বিজেপিৰ বিৰুদ্ধে দল সংগঠন বিলাকে জনমত সৃষ্টি কৰাৰ চেষ্টা কৰিছে।  অহাকালি যদি এই সকলো লোক মিলি এটা বিকল্প দল খুলি বিজেপিৰ বিৰুদ্ধে যুঁজে তাত আচৰিত হবলগীয়া একো নাই।
২০২১ত এই দল যদি জিকি চৰকাৰ বনায় তেতিয়া তাত কোন কোন মন্ত্রী হ’ব? এই বিষয়ে আমি ৰাইজৰ মতামত লবলৈ চেষ্টা কৰিছিলো। ৰাইজৰ দৃষ্টিত এই মন্ত্রীসভাৰ সদস্য এওঁলোক হ’ব…
দলৰ নামঃ খিলঞ্জীয়া দল অসম ( KAD) ..
বিধানসভাৰ অধ্যক্ষঃ হিৰেন গোহাঁই
উপাধ্যক্ষঃ হাইদৰ হুচেইন।
মুখ্যমন্ত্রীঃ জুবিন গাৰ্গ
গৃহ মন্ত্রীঃ সমুজ্জল ভট্টাচাৰ্য্য
বিত্ত মন্ত্রীঃ নিতুমনি শইকীয়া
কৃষি মন্ত্রীঃ অখিল গগৈ
পশুপালন মন্ত্রীঃ অজিত ভূঞা
শিক্ষা মন্ত্রীঃ লুনিন গগৈ
পৰ্য্যটন মন্ত্রীঃ প্ৰমোদ বড়ো
সাংস্কৃতিক পৰিক্ৰমা মন্ত্রীঃ মহেন্দ্ৰ হাজৰিকা
সমাজ কল্যাণঃ অতনু ভূঞা
চৰ উন্নয়নঃ জয়ন্ত বৰুৱা
গড়কাপ্টানী: মৃনাংক নাথ
স্বাস্হ্য : ডাঃ নৱনীল বৰুৱা
উদ্যোগ: ময়ুৰ বৰা
বন: নেকিবুৰ জামান
টেগ লাইনঃ পলিটিক্স কৰিলো বন্ধু…