২০২১ত মুখ্যমন্ত্রী ৰূপে কাক বিচাৰে?

3731
ক’ৰোনা চলি থকা বাবে ৰাজনীতিৰ বেছি কথা চলা নাই যদিও অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র ৯ মাহ সময়। ক’ৰোনাৰ জুই নিৰ্বাপিত হ’লেই নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হ’ব। আমাৰ এই মাহৰ প্ৰশ্ন_ ২০২১ত আপুনি অসমৰ মুখ্যমন্ত্রী ৰূপে কাক বিচাৰে? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰকঃ